দ্বিতীয় পাঠ: Primary and Secondary syllable

শব্দৰ সৰ্বাধিক আৰু গৌণ উচ্চাৰণ অনুসৰি শব্দ খণ্ডৰ (Syllable) শ্রেণীবিভাগ শব্দ(Word) এটাত একাধিক শব্দ খণ্ড (syllable) থাকিলে কিছুমান syllable বেছি জোৰকৈ উচ্চাৰণ কৰা হয় আৰু কিছুমান নৰমকৈ উচ্চাৰণ কৰা হয় । এই অনুসৰি, শব্দ খণ্ড(syllable) দুটা ভাগত ভাগ কৰা হয় ।১. সৰ্বাধিক উচ্চাৰিত শব্দ খণ্ড (Primary Stress – ˈ) ২. গৌণ উচ্চাৰিত শব্দ খণ্ড (Secondary … Read more