পাইথন শিকক অসমীয়া ভাষাত
পাইথন: ইয়াৰ বৈশিষ্ট্য আৰু সুবিধা সমূহ পাইথন হৈছে এটা উচ্চ পৰ্যায়ৰ(a high-level),ইণ্টাৰপ্ৰিটেড প্ৰগ্ৰেমিং ভাষা(interpreted programming language) । ইয়াৰ সৰলতা আৰু পঠনযোগ্যতাৰ বাবে ই পৰিচিত । যাৰ ফলত ই নবীন আৰু অভিজ্ঞ ডেভেলপাৰ উভয়ৰে মাজত জনপ্ৰিয়। গুইডো ভান ৰছমে( Guido van Rossum) এই ভাষা উদ্ভাৱন কৰিছিল আৰু ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ইয়াক মুকলি কৰা হৈছিল । … Read more