প্ৰথম পাঠ: Understanding Syllable
Lesson 1: Understanding Syllables (শব্দাংশ) সিল-এবল বা শব্দাংশ কি? (What is a Syllable?) Syllable (সিলেবল) হৈছে শব্দৰ এক অংশ (ধ্বনি) যাক ভাঙিব পৰা নেযায় (Syllable is a single, unbroken sound unit within a word) । প্ৰতিটো শব্দৰ অতি কমেও এটা শব্দাংশ (ধ্বনি ) থাকে আৰু সাধাৰণতে অতি কমেও এটা vowel sound (স্বৰবর্ণৰ ধ্বনি) থাকে । … Read more