- Vowel সমূহ আৰু ইহঁতৰ ব্যৱহাৰby Naivedyanandan SonowalVowel(ইংৰাজী স্বৰবৰ্ণ) ইংৰাজী ভাষাত মুঠ ২৬ টা আখৰ (letters) আছে। ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি এই আখৰবোৰ দুটা ভাগত বিভক্ত কৰা হৈছে: এই পাঠত আমি Vowel(স্বৰবৰ্ণ) সম্পৰ্কে শিকিম। Vowel(স্বৰবৰ্ণ) কাক কয়? (What are Vowels?) ইংৰাজী ভাষাৰ যিসমূহ Letter(আখৰ) আন কোনো Letter(আখৰ)ৰ সহায় নোহোৱাকৈ স্বতন্ত্ৰ আৰু মুক্তভাৱে উচ্চাৰণ কৰিব পৰা যায়, সেইবোৰক vowels বা স্বৰবৰ্ণ বোলা হয়। … Read more
- দ্বিতীয় পাঠ: Primary and Secondary syllableby Naivedyanandan Sonowalশব্দৰ সৰ্বাধিক আৰু গৌণ উচ্চাৰণ অনুসৰি শব্দ খণ্ডৰ (Syllable) শ্রেণীবিভাগ শব্দ(Word) এটাত একাধিক শব্দ খণ্ড (syllable) থাকিলে কিছুমান syllable বেছি জোৰকৈ উচ্চাৰণ কৰা হয় আৰু কিছুমান নৰমকৈ উচ্চাৰণ কৰা হয় । এই অনুসৰি, শব্দ খণ্ড(syllable) দুটা ভাগত ভাগ কৰা হয় ।১. সৰ্বাধিক উচ্চাৰিত শব্দ খণ্ড (Primary Stress – ˈ) ২. গৌণ উচ্চাৰিত শব্দ খণ্ড (Secondary … Read more
- প্ৰথম পাঠ: Understanding Syllableby Naivedyanandan SonowalLesson 1: Understanding Syllables (শব্দাংশ) সিল-এবল বা শব্দাংশ কি? (What is a Syllable?) Syllable (সিলেবল) হৈছে শব্দৰ এক অংশ (ধ্বনি) যাক ভাঙিব পৰা নেযায় (Syllable is a single, unbroken sound unit within a word) । প্ৰতিটো শব্দৰ অতি কমেও এটা শব্দাংশ (ধ্বনি ) থাকে আৰু সাধাৰণতে অতি কমেও এটা vowel sound (স্বৰবর্ণৰ ধ্বনি) থাকে । … Read more